তেল দিয়াতেল লগা
তেল মাৰ্ (Assamese) [ Roman: tel mar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-27
Contributed by: Partha P Sarmah on 2008-03-09
English: butter, flatter,
Assamese: খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্, তেল লগা, তৈলমৰ্দন কৰ্, তোষামোদ কৰ্, ভালৰি বোলা, ভালৰি লগা,
Bodo: बाखनायफां,
Khasi: iaroh,
Deori: চ্চু-বুলা, চ্চু-লাকিয়াঁ
b. Common Noun-Common: sycophant, চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-15
Assamese: তেল মাৰ্
তেল মাৰ্ (Assamese) [ Roman: tel mar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-27
1. (Verb-Trans.) to pour hot fat and liquid over meat while it is cooking মাংস বা আন ৰন্ধা খাদ্যত গৰম চৰ্বি বা তেল ঢাল্
Contributed by: Partha P Sarmah on 2008-03-09
2. (Verb-Trans.) to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you. কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
Assamese: খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্, তেল লগা, তৈলমৰ্দন কৰ্, তোষামোদ কৰ্, ভালৰি বোলা, ভালৰি লগা,
Bodo: बाखनायफां,
Khasi: iaroh,
Deori: চ্চু-বুলা, চ্চু-লাকিয়াঁ
Different POS:
a. Abstract Noun: adulation, buttering, flattering, flattery, gratification...b. Common Noun-Common: sycophant, চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-15
3. Cuisine-Food(Verb-Trans.) to cook or season curry with oil and spices তেল-মছলা তপত কৰি দাইল বা আঞ্জাৰ সৈতে মিহলাই দে